Meaning : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই
Example :
সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে
Synonyms : ভাটৌ চৰাই
Meaning : ভাটৌ জাতিৰ মাইকী
Example :
মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে
Synonyms : ভাটৌ(জনী), মাইকী ভাটৌ