Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
Example : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
Synonyms : ভঙা
Meaning : কোনো অস্তিত্বত নথকা
Example : গাঁৱৰ পুৰণি স্কুলখন ভাগিল
Meaning : সংযুক্ত বা মিলা-মিছাৰ অৱস্থাত নথকা
Example : বোৱাৰী অহাৰ পিছতেই তেওঁৰ ঘৰ ভাঙিল গʼল
Install App