Meaning : পৰিশ্রম কৰি কৰি আৰু পৰিশ্রম কৰিব নোৱাৰা হোৱা অৱস্থা
Example :
ইমান কাম কৰাৰ পিছতো তেওঁৰ ্ ভাগৰ লগা নাই
Synonyms : অৱস হোৱা, অৱসন্ন কৰা, ক্লান্ত হোৱা, ক্লান্ত-শ্রান্ত হোৱা, ভাগৰা, লেবেজান হোৱা পৰিশ্রান্ত হোৱা
Meaning : ভাগৰি যোৱা কার্য
Example :
লʼৰাটোৰ পিছত দৌৰি-দৌৰি মাকৰ ভাগৰ লাগিল