Meaning : ভাগৰুৱা অৱস্থা বা ভাৱ
Example :
খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
Synonyms : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
Meaning : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
Example :
বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই