Meaning : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে
Example :
কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়
Synonyms : ক্ষেত্র
Meaning : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
Example :
তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
Synonyms : অংশ