Meaning : ভাব-চিন্তা বা বিচাৰ সহকাৰে
Example :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
Synonyms : গুণা-গঁথ্া কৰি, গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভাবি-গুণি, ভাবি-চিন্তি
Meaning : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
Example :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
Synonyms : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভাবি-গুণি, ভাবি-চিন্তি