Meaning : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
Example :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
Synonyms : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
Meaning : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
Example :
এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
Synonyms : টুকুৰা কৰা
Meaning : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
Example :
কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
Synonyms : ভাঙি যোৱা
Meaning : সম্বন্ধ আদি ভাঙি যোৱা
Example :
চালমাৰ বিয়াখন ভাঙি গʼল