Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ভাঙিছে বা ভঙ্গ হৈছে
Example : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
Synonyms : খণ্ডিত, বিখণ্ডিত, ভগা, ভঙা, ভঞ্জিত
Meaning : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
Example : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
Synonyms : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভঙা, ভঙা-ছিঙা
Install App