Meaning : কোনো বস্তু আদিৰ বহুতো ভাগ কৰা
Example :
চোৰে চুৰ কৰা সামগ্রীবোৰ ভগাই লʼলে
Synonyms : বিভাজন কৰা, ভাগ কৰা
Meaning : অংশীদাৰ অনুসৰি কিবা পোৱা বা দিয়া
Example :
আজি বিদ্যালয়ত মিঠাই ভগোৱা হʼব
Synonyms : বিতৰণ কৰা