Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
Example : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
Synonyms : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
Meaning : পৃথক বা বেলেগ হোৱা
Example : মুন্নাৰ এটা দাঁত ভাগিল
Meaning : যিটো ভাঙিছে বা ভঙ্গ হৈছে
Example : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
Synonyms : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত
Meaning : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
Example : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
Synonyms : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা
Install App