Subscribe
URL of the page has been copied to clipboard.
Meaning : যি নিজৰ স্বার্থৰ ্বাবে কাৰোবাৰ সর্বনাশ কৰে
Example : যেতিয়া ৰক্ষকেই ভক্ষক হৈ পৰে তেতিয়া কোনেও একো কৰিব নোৱাৰে
Synonyms : ভক্ষী
Meaning : যিয়ে খায়
Example : সিংহ এবিধ মাংসভোজী জন্তু
Synonyms : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোক্তা, ভোজক, ভোজনকাৰী, ভোজী
Install App