Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
Example : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
Synonyms : ভঁ্ৰাল, ভাখাৰী
Meaning : যিটো গুদামত শস্য ৰখা হয়
Example : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
Synonyms : ভঁ্ৰাল
Meaning : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
Example :
Synonyms : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
Install App