Subscribe
URL of the page has been copied to clipboard.
Meaning : পানী বৰষা কার্য
Example : ভাৰতৰ চেৰাপুঞ্জীত সকলোতকৈ বেছি বৰষুণ হয়
Synonyms : আকাশসলিল, বা-বৰষুণ, বৃষ্টি, বৰষুণ-বাদল, মেঘদ্রৱ, মেঘোদক, মেঘৰস
Meaning : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল
Example : তেওঁ বৰষুণত তিতিলে
Synonyms : বর্ষা, বৃষ্টি
Install App