Meaning : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
Example :
তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
Synonyms : আইচ
Meaning : পানীৰ একপ্রকাৰ গোটা ৰূপ
Example :
শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
Meaning : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
Example :
আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
Synonyms : হিম