Meaning : বহুত কথা কʼব পৰাজন
Example :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
Synonyms : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, মুখসর্বস্ব
Meaning : যিজনে জোখতকৈ বঢ়াই কথা কয়
Example :
মই বৰকথীয়া মানুহ ভাল নাপাও