Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া
Example : বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়
Synonyms : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ, বৃদ্ধ লোক, বয়সীয়া মানুহ
Meaning : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে
Example : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে
Synonyms : বর্ষীয়ান, বুঢ়া, বৃদ্ধ, বৃদ্ধ লোক, বৃদ্ধলোক, বয়সীয়া, বয়সীয়াল, বয়স্ক, বয়স্থ
Install App