Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বৎসল from অসমীয়া dictionary with examples, synonyms and antonyms.

বৎসল   বিশেষণ

Meaning : সন্তানৰ প্রেমেৰে ভৰি থকা

Example : পুত্র বৎসল দশৰথে ৰামৰ সৈতে বিচ্ছেদ হোৱাৰ দুখতে প্রাণ ত্যাগ কৰিলে

Meaning : সৰুসকলৰ প্রতি অত্যন্ত স্নেহ আৰু তেওঁলোকৰ ওপৰত কৃপাদৃষ্টি ৰাখোতা

Example : ভগৱানক ভক্ত বৎসল বুলি কোৱা হয়