Subscribe
URL of the page has been copied to clipboard.
Meaning : পুণ্য বা ধার্মিক অনুষ্ঠান আদিৰ বাবে নিয়মত থাকি কোনো ধার্মিক কৃত্য, উপবাস আদি কৰা কার্য
Example : তেওঁ প্রত্যেক শনিবাৰে হনুমানৰ ব্রত ৰাখে
Meaning : কোনো কাম কৰিবৰ কাৰণে লোৱা দৃঢ় সিদ্ধান্ত
Example : ছাত্রজনে চুৰ নকৰাৰ সংকল্প লʼলে
Synonyms : শপত, সংকল্প
Install App