Meaning : প্রয়োগ সম্বন্ধীয়
Example :
লʼৰা-ছোৱালীবোৰৰ প্রায়োগিক পৰীক্ষাবোৰ আৰম্ভ হৈ গʼল
Synonyms : প্রায়োগিক, প্রয়োগাত্মক
Meaning : ব্যৱহাৰ বা কামত অহাৰ যোগ্য
Example :
ব্যৱহার্য ্সামগ্রীবোৰ ভালদৰে ৰাখা
Synonyms : ব্যৱহার্য