Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ব্যৱস্থা from অসমীয়া dictionary with examples, synonyms and antonyms.

ব্যৱস্থা   বিশেষ্য

Meaning : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

Example : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

Synonyms : আয়োজন

Meaning : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

Example : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

Synonyms : প্রবন্ধ, বন্দোবস্ত

Meaning : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

Example : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

Synonyms : ব্যৱস্থাপনা

Meaning : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

Example :

Synonyms : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা

Meaning : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান

Example : কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা

Meaning : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক

Example : সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়