Subscribe
URL of the page has been copied to clipboard.
Meaning : * দুটা ৰাশিৰ মাজৰ এক বিশেষ বিষমতা বা প্রভেদ
Example : আয় আৰু ব্যয়ত অত্যধিক ব্যৱধানৰ বাবে বহুতো অসুবিধা হৈছে
Synonyms : অসমানতা, প্রভেদ
Meaning : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
Example : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
Synonyms : অন্তৰাল, আঁৰ, গেপ, ফাঁক
Install App