Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যভিচাৰ কৰা লোক
Example : ব্যভিচাৰীক সমাজত হেয় দৃষ্টিৰে চোৱা হয়
Synonyms : ব্যভিচাৰী ব্যক্তি, ব্যভিচাৰী লোক
Meaning : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
Example :
Synonyms : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, লম্পট, লুচ্ছা
Meaning : যি ব্যভিচাৰ কৰে
Example : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
Synonyms : কামী, কামুক, খেচেৰা, খেচৰ, লম্পট, লুচ্ছা
Install App