Subscribe
URL of the page has been copied to clipboard.
Meaning : যি দুখ বা কষ্ট পাইছে
Example : দুখী মানুহেহে আনৰ দুখৰ উপলব্ধি কৰিব পাৰে
Synonyms : দুঃখী, দুখী, পীড়িত, ্আর্ত
Meaning : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
Example : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
Synonyms : গ্রস্ত, পীড়িত
Install App