Meaning : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
Example :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
Synonyms : কোৱা, দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, শিকাই দিয়া
Meaning : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
Example :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
Synonyms : প্রকাশ কৰা