Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বোলছবি from অসমীয়া dictionary with examples, synonyms and antonyms.

বোলছবি   বিশেষ্য

Meaning : চলমান ছবিৰ দ্বাৰা কোনো এক ঘটনাৰ আলমত তৈয়াৰ কৰা মনোৰঞ্জনৰ এক সবাক মাধ্যম

Example : মোহিনীয়ে কেৱল চিনেমা চাবলৈ ভাল পায়

Synonyms : কথাছবি, চলচ্চিত্র, চিনেমা

বোলছবি   বিশেষণ

Meaning : ফিল্মৰ সৈতে সম্বন্ধ থকা বা ফিল্মৰ

Example : তালৈ ডাঙৰ ডাঙৰ বোলছবি তাৰকা উপস্থিত আছে