Subscribe
URL of the page has been copied to clipboard.
Meaning : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
Example : তেওঁৰ ্ মাতটো বৰ মিঠা
Synonyms : কণ্ঠ, গলা, মাত, স্বৰ
Meaning : গালত লগোৱা এক প্রকাৰৰ ৰঙা বা গুলপীয়া প্রসাধন সামগ্রী
Example : ছালৰ ৰং অনুসৰি ৰহণ ব্যৱহাৰ কৰা উচিত
Synonyms : ৰহণ
Meaning : গোৱা কার্য ্বা ভাব
Example : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
Synonyms : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, সংগীত, সঙ্গীত
Install App