Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো জনা যায় বা জনাৰ যোগ্য
Example : সহৃদয় লোকৰ কাৰণে ঈশ্বৰ বোধগম্য
Synonyms : গ্রাহ্য, জ্ঞাতব্য, জ্ঞানগম্য, জ্ঞেয়, বোধ্য
Meaning : যিটো সহজে বুজা যায়
Example : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ
Synonyms : বোধ্য, সহজ, সহজ-সৰল, সুবোধ, সৰল
Install App