Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
Example : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
Synonyms : ভাৰ
Meaning : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
Example : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
Synonyms : বোজ, ভাৰ
Meaning : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
Example : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
Meaning : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
Example : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
Install App