Subscribe
URL of the page has been copied to clipboard.
Meaning : বোকা যুক্ত বা যʼত বোকা থাকে
Example : ইয়াৰ মাটি বোকাময়
Meaning : বোকাৰে ভৰি থকা
Example : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
Synonyms : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
Meaning : যʼত বোকা আছে
Example : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
Synonyms : পংকিল, পঙ্কিল
Meaning : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
Example : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
Install App