Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
Example : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
Synonyms : সন্ত, সন্ন্যাসী, সাধু
Meaning : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
Example : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
Synonyms : বিমুখ, বিৰক্ত, বিৰাগ, সন্যাসী
Install App