Meaning : বিষ্ণুৰ উপাসক তথা ভক্ত
Example :
বৈষ্ণৱসকলৰ দলটো বিষ্ণু মন্দিৰৰ ফালে গৈ আছে
Synonyms : বিষ্ণুভক্ত
Meaning : হিন্দুসকলৰ এক সম্প্রদায় যি বিশেষভাৱে বিষ্ণুৰ উপাসনা কৰে
Example :
শ্যাম বৈষ্ণৱ শিষ্য
Synonyms : বৈষ্ণৱ সম্প্রদায়