Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বৈঠকখানা from অসমীয়া dictionary with examples, synonyms and antonyms.

বৈঠকখানা   বিশেষ্য

Meaning : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

Example : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

Synonyms : চʼৰা, চʼৰা ঘৰ, চʼৰাঘৰ, ড্রইং ৰুম, বহা কোঠা

Meaning : বহাৰ স্থান

Example : বৈঠকখানা সম্পূর্ণৰূপে ভৰি আছিল

Meaning : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা

Example : চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে

Synonyms : অতিথি-কোঠা, চʼৰাঘৰ