Subscribe
URL of the page has been copied to clipboard.
Meaning : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়
Example : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে
Synonyms : ধ্বজা, নিচান, পতাকা
Install App