Meaning : বিজ্ঞান-সম্পর্কে অনুসন্ধান কৰোতা বা বিজ্ঞানৰ ক্ষেত্রত কাম কৰোতা লোক
Example :
আব্দুল কালাম ৰাষ্ট্রপতি হোৱা প্রথম ভাৰতীয় বৈজ্ঞানিক
Synonyms : বিজ্ঞানী
Meaning : বিজ্ঞানৰ ক্ষেত্র, প্রক্রিয়া, সিদ্ধান্ত, আদিৰ সৈতে সম্বন্ধ থকা
Example :
ৰবটে বৈজ্ঞানিক প্রক্রিয়াৰ আধাৰত কৰে