Subscribe
URL of the page has been copied to clipboard.
Meaning : বেৰ আদিৰে ঘেৰি থকা ঠাই
Example : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
Synonyms : ঘেৰা
Meaning : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
Example : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
Synonyms : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ
Meaning : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক
Example : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে
Synonyms : হেঙাৰ, ৰেলিঙ
Meaning : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
Example : শিলেৰে বনোৱা বেৰ মজবুত হয়
Synonyms : দেৱাল, প্রাচীৰ, বেৰ, ৱাল
Meaning : চাৰিওফালৰ পৰা ঘেৰি দিয়া
Example : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
Synonyms : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া
Meaning : চাৰিওফালে ৰখা বা আগুৰি লোৱা
Example : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
Synonyms : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-
Install App