Meaning : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
Example :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
Synonyms : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা
Meaning : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য
Example :
তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে
Meaning : বেয়া দশা বা অৱস্থালৈ অনা কার্য
Example :
ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে
Meaning : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
Example :
দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
Synonyms : নষ্ট কৰা