Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো এক সমষ্টি বা গোটৰ পৰা বেলেগ কৰা:তেওঁ ্ পাচিটোৰ পৰা ভাল ভাল আম বাছি আছে
Example :
Synonyms : আঁতৰ্ কৰা, পৃথক কৰা, বাছা
Meaning : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা
Example : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত
Synonyms : আঁতৰ ্কৰা, আঁতৰোৱা, পৃথক কৰা
Meaning : বেলেগ বা পৃথক কৰা
Example : সীতাই চাউলত মিহলি হৈ থকা ডালিখিনি বেলেগ কৰি আছে
Synonyms : পৃথক কৰা
Install App