Meaning : ভোজন কৰাৰ নিশ্চিত সময়
Example :
আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
Synonyms : সময়
Meaning : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য
Example :
সীমাই বৰ খৰকৈ বেলিব পাৰে