Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কোঠা বা মহলীয়া ঘৰৰ বেৰৰ পৰা ওলাই থকা অংশ
Example : তেওঁ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কার্ণিচৰ তলত থিয় হʼল
Synonyms : ওপৰ মহলাৰ বাৰাণ্ডা, কার্ণিচ, চজা
Meaning : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
Example : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
Synonyms : অলিন্দ, আগচালি, বাৰাণ্ডা
Install App