Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বেমাৰ-আজাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

বেমাৰ-আজাৰ   বিশেষ্য

Meaning : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া

Example : যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে

Synonyms : অসুখ, অসুখ-বিসুখ, অস্বস্থতা, আজাৰ, আধি-ব্যাধি, আর্তি, নৰিয়া, বিকাৰ, বেমাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ