Subscribe
URL of the page has been copied to clipboard.
Meaning : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
Example : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে
Synonyms : বেত, বেতসলতা, বেত্র
Install App