Subscribe
URL of the page has been copied to clipboard.
Meaning : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
Example : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
Synonyms : মাৰি, লাখুটি, লাঠি
Meaning : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা
Example : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে
Meaning : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
Example : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে
Synonyms : বেতস, বেতসলতা, বেত্র
Install App