Subscribe
URL of the page has been copied to clipboard.
Meaning : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়
Example : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে
Synonyms : কিংকৰী, কিঙ্কৰী, চাকৰণী, দাসী, পৰিচাৰিকা, বান্দী, লিগিৰী
Install App