Subscribe
URL of the page has been copied to clipboard.
Meaning : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
Example : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
Synonyms : বেজী
Meaning : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
Example : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
Synonyms : ইনজেকচন, ইনজেক্সন
Install App