Meaning : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
Example :
চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
Synonyms : জামুক ৰং, বেঙ্গুনীয়া
Meaning : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
Example :
বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়