Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
Example : মোৰ ধনৰ মোনাটো চুৰি হʼল
Synonyms : জোলোঙা, মোনা
Meaning : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
Example : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
Synonyms : কোব, সোঁত
Meaning : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
Example : ককাই ৰচীদবোৰ মোনাত ৰাখে
Synonyms : মোনা
Meaning : তীব্র হোৱা অৱস্থা
Example : বতাহ বহুত বেগেৰে বৈ আছে
Synonyms : তীব্রতা
Meaning : বৈ যোৱা কার্য ্বা ভাব
Example : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
Synonyms : ধাৰা, প্রবাহ, সোঁত
Meaning : মোনাৰ বস্তু
Example : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
Synonyms : বস্তা, মোনা
Meaning : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
Example : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
Synonyms : গতি, তীব্রতা
Install App