Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কোনো কথাৰ প্রতি পৰোৱাই নকৰে
Example : তেওঁ দেশ-দুনিয়াৰ প্রতি বে-পৰোৱা হৈ নিজৰ ধুনপেচত মজি আছে
Meaning : যি ভয় ৰহিত
Example : মনু এগৰাকী নি্র্ভীক ছোৱালী
Synonyms : অকুতোভয়, অশংক, অশংকিত, অশঙ্ক, অশঙ্কিত, নি্র্ভীক, নি্র্ভয়, ভীতিশূন্য, ভীতিহীন, ভয়শূন্য, ভয়হীন, শংকাশূন্য
Install App