Subscribe
URL of the page has been copied to clipboard.
Meaning : যি মাত্রা হিচাপত অধিক
Example : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
Synonyms : গধুৰ, বহুত ডাঙৰ
Meaning : দেখাত বিশাল আৰু সুন্দৰ
Example : তাজমহল এটা জকমকীয়া প্রাসাদ
Synonyms : জকমকীয়া
Meaning : বহুত ডাঙৰ
Example : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
Synonyms : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
Meaning : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
Example : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
Synonyms : বিশাল, বিৰাট, বৃহদ
Install App