Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বৃষ্টি from অসমীয়া dictionary with examples, synonyms and antonyms.

বৃষ্টি   বিশেষ্য

Meaning : কোনো বস্তু আদি অধিক মাত্রাত ওপৰৰ পৰা সৰি পৰা কার্য

Example : ভক্তই সাধুবাবাৰ ওপৰত পুষ্প বৃষ্টি কৰিছে

Synonyms : ্বর্ষণ

Meaning : পানী বৰষা কার্য

Example : ভাৰতৰ চেৰাপুঞ্জীত সকলোতকৈ বেছি বৰষুণ হয়

Synonyms : আকাশসলিল, বা-বৰষুণ, বৰষুণ, বৰষুণ-বাদল, মেঘদ্রৱ, মেঘোদক, মেঘৰস

Meaning : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল

Example : তেওঁ বৰষুণত তিতিলে

Synonyms : বর্ষা, বৰষুণ