Subscribe
URL of the page has been copied to clipboard.
Meaning : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
Example : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
Synonyms : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ ৰাশি, বৃষৰাশি, বৃষৰাশিৰ লোক
Meaning : ভতৰা গৰু
Example : এটা কʼলা ষাঁড়ে মোহনক খেদি গʼল
Synonyms : বৃষ, ষণ্ড, ষাঁড়, ষাঁৰ, ষাৰ
Meaning : কলঘৰ আৰু গাড়ীত যুতি দিয়া গৰু জাতিৰ বন্ধোৱা মতা
Example : বলদ কৃষকৰ পৰম বন্ধু
Synonyms : ঋষভ, বলদ, মতাগৰু
Install App